Tuesday, November 10, 2020
১০ নৱেম্বৰ ২০২০ তাৰিখে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়া প্রশিক্ষণ প্রতিষ্ঠান, খানাপাৰাত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আঁচনি, অসমৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধনী কৰে মাননীয় মুখ্যমন্ত্রী, অসম শ্রীযুত সর্বানন্দ সোণোৱালদেবে।
Location: OTI Building, A.H. & Veterinary, Khanapara