মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

সজাগতা ও প্ৰশিক্ষণ

বৃত্তিমূলক আৰু পশুধন ব্যৱস্থাপনা প্ৰশিক্ষণ

বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰসমূহ

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনত কৃষক আৰু উদ্যোগীৰ প্ৰশিক্ষণ আৰু কৌশল বিকাশৰ বাবে তিনিটা বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ আছে-

  1. বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, দলগাঁৱ, দৰং
  2. বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, চালচাপৰা, কাছাৰ
  3. বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, হাফলং, ডিমা হাচাও

অন্যান্য প্ৰশিক্ষণ কেন্দ্ৰসমূহ

  1. স্কুল অৱ ভেটেৰিনাৰী চায়েন্স, ঘুংগুৰ (পেৰাভেটৰ প্ৰশিক্ষণৰ বাবে)
  2. আৰ আই এল ই এম (ৰিজিয়ন্যাল ইনষ্টিটিউট অৱ লাইভষ্টক এণ্টাৰপ্ৰিনিউৰশ্বিপ মেনেজমেণ্ট), ৰাণী, কামৰূপ, ইয়াত কৃষক আৰু উদ্যোগীসকলক কৌশল বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। (প্ৰতিবছৰে ৫০০০ প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰে।)
  3. দ্যা অফিচাৰ্ছ ট্ৰেনিং ইনষ্টিটিউট (অ টি আই), খানাপাৰা