বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰসমূহ
পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনত কৃষক আৰু উদ্যোগীৰ প্ৰশিক্ষণ আৰু কৌশল বিকাশৰ বাবে তিনিটা বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ আছে-
- বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, দলগাঁৱ, দৰং
- বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, চালচাপৰা, কাছাৰ
- বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, হাফলং, ডিমা হাচাও
অন্যান্য প্ৰশিক্ষণ কেন্দ্ৰসমূহ
- স্কুল অৱ ভেটেৰিনাৰী চায়েন্স, ঘুংগুৰ (পেৰাভেটৰ প্ৰশিক্ষণৰ বাবে)
- আৰ আই এল ই এম (ৰিজিয়ন্যাল ইনষ্টিটিউট অৱ লাইভষ্টক এণ্টাৰপ্ৰিনিউৰশ্বিপ মেনেজমেণ্ট), ৰাণী, কামৰূপ, ইয়াত কৃষক আৰু উদ্যোগীসকলক কৌশল বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। (প্ৰতিবছৰে ৫০০০ প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰে।)
- দ্যা অফিচাৰ্ছ ট্ৰেনিং ইনষ্টিটিউট (অ টি আই), খানাপাৰা