I am now accessing as a :

Government Of Assam Animal Husbandry & Veterinary

১৩ জুন’ ২০২৩ ইং তাৰিখে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উন্নীতকৰণৰ প্রকল্পে ১৮১ খন ভ্রাম্যমান পশু চিকিৎসা সেৱা, আঞ্চলিক কৃত্রিম প্রজনন প্রশিক্ষণ প্রতিষ্ঠান, শীতলিকৰণ ভৰালৰ শুভ উদ্ধোধন কৰা হব।

  • Invitation Card

Tuesday, June 13, 2023 Location:Khanapara, Guwahati

অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই ১৩ জুন’ ২০২৩ ইং তাৰিখে মাননীয় পশুপালন মন্ত্রী শ্রীযুত অতুল বৰাৰ উপস্থিতিত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উন্নীতকৰণৰ প্রকল্পে ১৮১ খন ভ্রাম্যমান পশু চিকিৎসা সেৱা, আঞ্চলিক কৃত্রিম প্রজনন প্রশিক্ষণ প্রতিষ্ঠান, শীতলিকৰণ ভৰালৰ শুভ উদ্ধোধনৰ লগতে লিঙ্গ নির্ধাৰিত শুক্র বিতৰণ কার্য্যক্রম সমাপন কৰিব।

উক্ত অনুস্থানত আপোনাৰ সহৃদয় উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।

স্থানঃ পশুধন পাম চৌহদ (বিষয়া প্রশিক্ষণ প্রতিষ্ঠানৰ সন্মুখত), খানাপাৰা

সময়ঃ বিয়লি 04:30