মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

গ্ৰাম্য পাশ্চাৎমুখী পক্ষী উন্নয়ন কাৰ্য্যক্ৰম

১৯৯৯-২০০০ চনত আৰম্ভ কৰা হোৱা এই আঁচনি প্ৰাৰম্ভিক সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰৱৰ্তনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। তথাপি পোহনীয়া চৰাইৰ ফাৰ্ম সুচাৰুৰূপে চলাবলৈ, কণী ফুটি পোৱালি জগোৱা, চৰাইৰ যত্ন লোৱা ইত্যাদি পক্ষী ফাৰ্ম শক্তিশালী ৰূপত গঢ়ি তোলা ইত্যাদি যাৱতীয় কাৰ্য্যৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হয়। এই পক্ষীপালন (মুৰ্গী পালন) কাৰ্য্যই স্বাৱলম্বিতাৰ পথ সুচল কৰাৰ উপৰিও মানুহক প্ৰয়োজনীয় ভিটামিন আৰু প্ৰ’টিন যোগান ধৰে আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰে।

যোগাযোগৰ ব্যক্তি

ডাঃ জ্যোতি প্ৰকাশ কলিতা
ডেপুটি সঞ্চালক (পক্ষী)
পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়
চেনিকুঠি, গুৱাহাটী-৭৮১ ০২২
দূৰভাষ: ৯৪৩৫০৭১১০২