মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

সফলতাৰ কাহিনী

পশুখাদ্যৰ খেতি

এই আঁচনিৰ অধীনত অসমৰ কৃষকসকলক মিশ্ৰিত পশু খাদ্য তেওঁলোকৰ বিভাগীয় ফাৰ্ম আৰু ক্ষেত্ৰসমূহত কৰিবলৈ আধুনিক আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদানৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত এনে কৃষিকাৰ্য্য সম্পাদনৰ কৌশল সন্নিৱিষ্ট পত্ৰিকা বিতৰণ কৰাৰো ব্যৱস্থা কৰা হয়।