মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
কৃত্ৰিম প্ৰজনন

কামৰূপ জিলাত গৰুৰ কৃত্ৰিম প্ৰজনন

যোৰাবাট

দুৱাৰডলিত জাৰ্ছিৰ মানদণ্ডপূৰ্ণ বীৰ্যৰে প্ৰদান কৰা হোৱা কৃত্ৰিম প্ৰজনন সেৱাই যোৰাবাট অঞ্চলত বৰ্ণসংকৰ জাতৰ জন্তুৰ সংখ্যা বৃদ্ধি কৰিছে আৰু লগতে গাখীৰৰ উৎপাদনো বৃদ্ধি কৰিছে। ‘মাই ভিলেজ’ বা ‘মোৰ গাওঁ’ নাম দি আমেৰিগগৰ পৰা সৰহ পৰিমাণৰ গাখীৰ গুৱাহাটীলৈ যোগান ধৰা হয়। ২০০৪-০৫ চনত ‘এন পি বি বি’ ৰ আৰম্ভণি হোৱাৰে পৰা এই অঞ্চলত কৃত্ৰিম প্ৰজনন সেৱাই এক নতুন গতি লাভ কৰে। স্থানীয় পশুচিকিৎসা প্ৰতিষ্ঠানে বিলুপ্ত হ’বলৈ ধৰা দুগ্ধ সমবায় সমাজসমূহক ইয়াত উৎপাদিত গাখীৰৰ বজাৰ লাভৰ বাবে পুনৰ জীৱন প্ৰদান কৰে।