মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
পশুখাদ্যৰ খেতি

সোণাপুৰ পশুখাদ্য ফাৰ্ম

জিলা পশুপালন আৰু পশুচিকিৎসা কাৰ্য্যালয়, কামৰূপ, অসমে কামৰূপ মেট্ৰ’পলিটান জিলা সোণাপুৰত এখনি আদৰ্শ পশুখাদ্য ফাৰ্ম আৰম্ভ কৰিছে।

১৬ বিঘা মাটিত পশুখাদ্যৰ খেতি কৰি মুঠ ১৫৩৬ কুইণ্টল সেউজীয়া ঘাঁহ উৎপাদন কৰা হৈছে। এনে পশুখাদ্য উৎপাদনে আকালৰ সময়ত বা বানপানীৰ সময়ত খেতিয়কসকলক বিশেষধৰণে সহায় কৰি আহিছে। হাইব্ৰীড পশুখাদ্যৰ খেতিৰ বাবে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। পশুখাদ্যৰ খেতিয়ে চুবুৰীয়া কৃষকসকলকো ইয়াৰ প্ৰতি উৎসাহিত কৰিছে। ইয়াৰ ফলস্বৰূপে কৃষকসকলে তেওঁলোকৰ মাটিতো এনে খেতি কৰাৰ বাবে বীজ সংগ্ৰহ কৰিবলৈ আগবাঢ়ি আহিছে।