মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
পশুখাদ্যৰ খেতি

গজেন বৰা, কছাৰী পাম

শ্ৰী গজেন বৰা

গাওঁ; কছাৰী পাম, ডাক: ডেৰগাওঁ, জিলা: গোলাঘাট, ৰাজ্য: অসম

শ্ৰী গজেন বৰাই তেওঁৰ নিজা মটিত দুগ্ধ আৰু উদ্যানপাল কাৰ্য্য আৰম্ভ কৰে। তেওঁ আৰ কে ভি ৱাই ২০১১-১২ ৰ অধীনত পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমৰ পৰা এক বিঘা মাটিত পশুখাদ্যৰ খেতি কৰিবলৈ ১৩ কিলোগ্ৰাম ওটছ বীজ, ১২ কিলোগ্ৰাম ইউৰিয়া আৰু ২ কিলোগ্ৰাম জিংক ছালফেট লাভ কৰি সেই এবিঘা মাটিত ৩৯ কুইণ্টল সেউজীয়া ঘাঁহ উৎপাদন কৰে। তেওঁৰ এই মাটিবিঘাত পশুখাদ্য উৎপাদনে গাখীৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়ায়। শ্ৰী বৰাৰ এই কাৰ্য্যই চুবুৰীয়া কৃষকসকলক উৎসাহিত কৰি তোলে আৰু সেই উৎসাহেৰে তেওঁলোকেও গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে এনে কাৰ্য্যসূচী গ্ৰহণ কৰে।