মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
কৃত্ৰিম প্ৰজনন

নগাওঁ জিলাত গৰুৰ কৃত্ৰিম প্ৰজনন

হোজাই

বৰ্ণসংকৰ জাতৰ গৰুৰ পোৱালি বৃদ্ধি আৰু বৰ্ধিত দুগ্ধ উৎপাদনৰ ফলস্বৰূপে হোজাই অঞ্চলে বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বাসুদেৱ দুগ্ধ উৎপাদক সমিতি, যমুনা ভেলী দুগ্ধ উৎপাদক সমিতি ইত্যাদি ইয়াৰ সফল উদাহৰণ।

নগাওঁ

২০১০ চনত ৬২ সদস্যৰে নগাওঁৰ জাগিয়াল দুগ্ধ উৎপাদক সমাজ স্থাপন হয়। ইয়াৰ এঘাৰগৰাকী সম্ভ্ৰান্ত সদস্যই কৃত্ৰিম প্ৰজনন ব্যৱস্থা গ্ৰহণ কৰে আৰু তেওঁলোকৰ ফাৰ্ম চৌহদত প্ৰতিদিনে ৩৫০ লিটাৰকৈ গাখীৰ উৎপাদন কৰে।